Hilikhaghatiya

শিলিখা ঘটীয়া বংশ

Translate

Saturday, 8 February 2025

13th Hilikhaghatiya clan bongkhawoli sabha 2025

The 13th Hilikhaghtiya clan genealogy meeting was held on 8 February 2025 at Kaupatoni village. The meeting was held at the residence of Mr. Ramesh Moran of Kaupatoni village.







Monday, 20 May 2024

Photo from the felicitation ceremony

Class 10th and 12th 2024:











Wednesday, 25 January 2023

Gojen Moran from Dirak Soonjan Village

 

৺গজেন মৰাণ

ডিৰাক সোণজান গাঁও

জন্মঃ ১৯৪২ চন

মৃত্যুঃ ১৮-০৮-২০২২ চন ৷


প্ৰয়াত গজেন মৰাণ স্বৰ্গীয় ঘোটোক মৰাণৰ বৰ পুত্ৰ ৷ তেওঁ সোণজান গাঁৱৰ স্থায়ী বাসিন্দা আছিল ৷ তেওঁৰ পত্নী ৺মুদি মৰাণ আৰু শ্ৰীমতী কানৈ মৰাণ ৷ সন্তান চাৰিজন পুত্ৰ আৰু ৪ গৰাকী জী ৷ ১৯৪২ চনত জন্মগ্ৰহণ কৰা আৰু ২০২২ চনত ইহলিলা সম্বৰণ কৰা প্ৰয়াত গজেন মৰাণ শিলিখাঘটীয়া বংশৰ ৫ নম্বৰ প্ৰজন্মৰ ব্যক্তি আছিল ৷

Sumeswar Moran from Dirak Soonjan Village

 

৺সোমেশ্বৰ মৰাণ

ডিৰাক সোণজান গাঁও

জন্মঃ ১৯৩৮ চন

মৃত্যুঃ ২২-১২-২০১৬ চন ৷


প্ৰয়াত সোমেশ্বৰ মৰাণ স্বৰ্গীয় পোৱাবৰ মৰাণৰ দ্বিতীয় পুত্ৰ ৷ তেওঁ সোণজান গাঁৱৰ স্থায়ী বাসিন্দা আছিল ৷ তেওঁৰ পত্নী শ্ৰীমতী কুকৰ্মী মৰাণ ৷ সন্তান একমাত্ৰ পুত্ৰ টম্বোধৰ মৰাণ আৰু দুগৰাকী জী ৷ ১৯৩৮ চনত জন্মগ্ৰহণ কৰা আৰু ২০১৬ চনত ইহলিলা সম্বৰণ কৰা প্ৰয়াত সোমেশ্বৰ মৰাণ শিলিখাঘটীয়া বংশৰ ৫ নম্বৰ প্ৰজন্মৰ ব্যক্তি আছিল ৷

Suneswar Moran from Dirak Soonjan Village

 

৺সোণেশ্বৰ মৰাণ

ডিৰাক সোণজান গাঁও

জন্মঃ ১৯৪৭ চন ।

মৃত্যুঃ ২৬-০২-২০১৭ চন ৷

প্ৰয়াত ঁসোণেশ্বৰ মৰাণ স্বৰ্গীয় ঘোটোক মৰাণৰ দ্বিতীয় পুত্ৰ ৷ তেওঁ সোণজান গাঁৱৰ স্থায়ী বাসিন্দা আছিল ৷ তেওঁৰ পত্নী ৰঙিলী মৰাণ ৷ ১৯৪৭ চনত জন্মগ্ৰহণ কৰা আৰু ২০১৭ চনত ইহলিলা সম্বৰণ কৰা প্ৰয়াত সোণেশ্বৰ মৰাণ শিলিখাঘটীয়া বংশৰ ৫ নম্বৰ প্ৰজন্মৰ ব্যক্তি আছিল ৷

Juge Moran from Dirak Soonjan Village

 

৺যোগে মৰাণ

ডিৰাক সোণজান গাঁও

মৃত্যুঃ ১৯৯৭ চন ৷

প্ৰয়াত ঁযোগে মৰাণ স্বৰ্গীয় দালিম মৰাণৰ প্ৰথম পুত্ৰ ৷ তেওঁ সোণজান গাঁৱৰ স্থায়ী বাসিন্দা আছিল ৷ তেওঁৰ পত্নী ভাদৈ মৰাণ ৷   ১৯৯৭ চনত ইহলিলা সম্বৰণ কৰা প্ৰয়াত ঁযোগে মৰাণ শিলিখাঘটীয়া বংশৰ ৬ নম্বৰ প্ৰজন্মৰ ব্যক্তি আছিল ৷

Tuesday, 24 January 2023

The villages inhabited by the Shilikha Ghatia clan || শিলিখা ঘটীয়া বংশৰ লোকসকলে বসবাস কৰা গাওঁ সমূহ

শিলিখা ঘটীয়া বংশৰ লোকসকলে বসবাস কৰা গাওঁ সমূহ :

১) কুলিপথাৰ গাঁও 

২) কাকপথাৰ      

৩) ৰূপাই              

৪) ৰহবাৰী হাঁহখাটী গাঁও

৫) বেতনি (মাকুম) 

৬) অসমীয়া কাঠগাঁও

৭) নাহৰণি গাঁও        

৮) মাকুম                

৯) টিংৰাই গাঁও         

১০) ডিৰাক সোণজান 

১১) টঙনা মাজগাঁও    

১২) কলাখোৱা গাঁও   

১৩) কৌপাতনি গাঁও     

১৪) কঠালগুৰি গাঁও    

১৫) চেঙাপথাৰ গাঁও   

১৬) হাতীগড় গাঁও        

১৭) পথাৰগাঁও             

১৮) ডুমডুমা                 

১৯) বৰগুৰী, তিনিচুকীয়া

২০) ধূলিজান গাঁও (মাকুম) 

২১) দীঘলিপথাৰ গাঁও    

২২) বৰডুমচা                

২৩) লিটং গাঁও              

২৪) ২ নং হোলোং নগাঁও 

২৫) সৰুমাইঠং গাঁও      

২৬) কপাহতলি গাঁও      

২৭) চিকৰাজান গাঁও      

২৮) মহং গাঁও                

২৯) মিহলিৰিতু গাঁও       

৩০) ৰতনি পথাৰ গাঁও    

৩১) ২ নং মিহলিৰিতু গাঁও

৩২) টেকেৰী গাঁও            

৩৩) ডুমচি হাতীগড় গাঁও  

৩৪) এৰালনি গাঁও          

৩৪) জানমুখ, তিনিচুকীয়া

৩৫) তালপথাৰ গাঁও       

৩৬) কাকজান সোণজান 

৩৭) মছবাৰী গাঁও           

৩৮) ভাতি মামৰণি গাঁও  

৩৯) লক্ষীপথাৰ গাঁও       

৪০) উজনি মামৰণি      

৪১) ১ নং কাচিজান(খামতি গাঁও) 

৪২) বৰালি গাঁও             

৪৩) লাউপানী গাঁও         

৪৪) নলনি গাঁও             

৪৫) উৱন গাঁও              

৪৬) তৰাণি গাঁও            

Search

Powered by Blogger.

13th Hilikhaghatiya clan bongkhawoli sabha 2025

The 13th Hilikhaghtiya clan genealogy meeting was held on 8 February 2025 at Kaupatoni village. The meeting was held at the residence of Mr....